AssamAdda @AssamAdda
#AssamFirst #Assam #AssameseSwag Assam, India Joined December 2014-
Tweets17K
-
Followers4K
-
Following1K
-
Likes3K
এজনে WhatsApp ত Bright Assamese বুলি সম্বোধন কৰি মেছজ দিওঁতে অলপ ভালেই লাগিল- গোপতে গঙাটোপটো অলপ ফুলিয়েই গৈছিল । পিছতহে গম পালোঁ, বিদেশত থকা প্ৰবাসী অসমীয়াক ইতিকিং/ঠাট্টা কৰাৰ নতুন শব্দহে হৈছে Bright Assamese !🥺 কেইটামান অপদাৰ্থৰ বাবে বিদেশত থকা গোটেই অসমীয়াবোৰ এতিয়া stereotyping ৰ চিকাৰ!
AISA student-activists called for a protest at Jantar Mantar in New Delhi against the Election Commission of India. However, protesters, including Neha Bora, the National President of AISA, were detained on their way to the protest site. Credit: AISA
Attending the North East Seva First Innovation Challenge (NESFIC) 2026, celebrating innovative ideas and solutions from across the Northeast. 📍Guwahati x.com/i/broadcasts/1…
🚨 A Split-Second Overtake Turns Into a Nightmare! The WagonR attempts to overtake an e-rickshaw, suddenly swerves to avoid another vehicle, loses control, slams into the divider and flips over. The impact was so violent that a rear passenger was thrown out through the back window. ⚠️ Thankfully, everyone reportedly escaped without serious injuries. One careless overtaking manoeuvre can change everything. Drive patiently. Overtake only when it’s safe.
It was a deeply emotional and unforgettable moment for me. As I stood there receiving the Hindu BusinessLine Changemaker of the Year Award 2026, conferred by the Hon’ble Finance Minister of India, Smt. Nirmala Sitharaman Ji , what moved me most was seeing everyone celebrate the Hargila birds, the Hargila Army, and the journey of our communities. This honour belongs to all the community members, to all the incredible women of the Hargila Army who have converted themselves from home makers to be conservationists and to the people of Assam whose constant love, support and belief have carried this journey forward. For me, the greatest reward has always been seeing a bird once misunderstood and feared being celebrated with pride and affection. My deepest gratitude to Hindu BusinessLine for recognising this journey and for all support.
#Thoughts ওচৰৰে ঘৰ এটাত teenager এটায়ে ভয়ানক কাম এটা কৰিলে। কথাটো শুনি বেয়া লাগিল ! আজিকালিৰ চৰম মানসিক চাপ, হতাশা, নিজকে শেষ কৰি দিয়াৰ প্ৰবণতা - এইবোৰ বাঢ়ি অহাৰ আঁৰত Social Media ৰ হাতখন নাই নে বাৰু? Feed খুলিলেই - অমুকে নতুন গাড়ী ল’লে, তমুকে ঘৰ ল’লে অমুকে ৫০ লাখ টকীয়া চাকৰি পালে তমুকে কিবা Exam clear কৰিলে তমুকে কিবা award পালে অমুকৰ পোষ্ট এটাত জাউৰিয়ে জাউৰিয়ে congratulations দিছে! আৰু আপুনি? আপুনি চকীত বহি ফোনটো চাই ভাবি আছে- “মোৰ জীৱনটোত নো কি আছে?” এজনৰ achievement ত ৰাইজে ফুল-তুলসী দিছে, আৰু নিজে দিয়া post টোত দুটা like ও নাহে ! লাহে লাহে এনে এটা অনুভৱ হয় যেন আন সকলোৰে জীৱন আগুৱাই গৈ আছে, কেৱল আপোনাৰটোহে ৰৈ গ'ল। প্ৰতিটো দিনেই যে failure ! তাৰ পিছতে আহে comparison, frustration, depression.. আৰু এই pressure ৰ মাজতে কিছুমান ল’ৰা-ছোৱালীয়ে shortcut success বিচাৰি ভুল সিদ্ধান্ত লৈ পেলায়, কিছুমানে নিজক শেষ কৰে ! ক’বলৈ অতি সহজ- “আনৰ লগত নিজকে compare নকৰিবা।” “ইমান pressure নল’বা” “Social Media কম ব্যৱহাৰ কৰিবা” ইত্যাদি ইত্যাদি.. কথাবোৰ সঁচা। কিন্তু আজিৰ digital যুগত Social Media ৰ পৰা cut off হৈ থকাটোও জানো সম্ভৱ? গুহাত গৈ সোমালেও প্ৰথম প্ৰশ্নটো আহিব- “ইয়াৰ ভিতৰত network কেনেকুৱা?” Digital isolation টো আজিকালি একপ্ৰকাৰৰ luxury! কিন্তু সমস্যাটো, Social Media হয়তো নহয়! সমস্যাটো হ'ল আমি আনৰ জীৱনৰ highlight reel টোৰ লগত নিজৰ জীৱনৰ behind the scenes বোৰ তুলনা কৰি থাকো । কাৰোবাৰ ২৫ বছৰতে কিবা এটা হয়, কাৰোবাৰ ৪০ বছৰত ! কোনোবাই career ত আগতেই settle হয়, কোনোবাই অলপ পলমকৈ নিজৰ ঠাই বিচাৰি পায়। জীৱনটো কোনো specific entrance exam নহয় যে সকলোৰে result একেটা তাৰিখতে ওলাব। সকলোৰে প্ৰশ্ন কাকত বেলেগ, syllabus বেলেগ; আনকি exam hall টোও বেলেগ! আৰু Forbes ত নিজৰ নাম নাথাকিলেই জীৱনটো failed project হৈ যায় জানো ? স্ক্ৰীনখনৰ সিপাৰে ফুলি থকা ফুলবোৰ কিমান সঁচা, কিমান filter লগোৱা, আৰু কিমানবোৰ প্লাষ্টিক - আপুনি জানো জানে ?? গতিকে Social Media ক entertainment হিচাপে লোৱায়েই ভাল; information হিচাপে লওক, অচিনাকি মানুহৰ লগত connect হোৱাৰ মাধ্যম হিচাপে লওক- কিন্তু নিজৰ মূল্য বা যোগ্যতা জুখিবলৈ thermometer হিচাপে নল’ব। গাত এখন গড়ৰ ছাল লগাই লৈ ছ'চিয়েল মিডিয়া খুলিলেই জীৱনৰ বহুখিনি হতাশা দূৰ হ'ব । আকাশত কিমান তৰা জিলিকিছে তাৰ হিচাপ কৰি থাকিলে, নিজৰ চাকিটোহে নুমাই যাব। মনত ৰাখিব লাগে যে, আন্ধাৰ নশা সকলোৰে চাকিৰ পোহৰ নিজৰ ঠাইত বহুত ধুনীয়া 🪔
#কণপাইৰ_লেকচাৰ #Zubeenism সাধাৰণতে দেখোঁ যে শিল্পী এজনৰ যাত্ৰা কেৱল তেওঁৰ সৃষ্টিতেই আৱদ্ধ হৈ নাথাকে। সময়ৰ লগে লগে তেওঁলোক একোটা 'ধাৰণা' বা দৰ্শন হৈ পৰে। সাহিত্যতে চাওঁক.. ফ্ৰাঞ্জ কাফকা কেৱল এজন লেখক হৈ থকা নাই, তেওঁৰ পৰা জন্ম হৈছে Kafkaesque নামৰ ধাৰণাটো যিয়ে আধুনিক জীৱনৰ absurdity আৰু অবাস্তৱ ধাৰণাবোৰক বুজায়! যেনে: আপোনাৰ এটা সৰু কামৰ বাবে তিনিখন form পূৰাব লাগিল, পাঁচটা department ৰ পৰা চহী আনিব লাগিল, আৰু শেষত কামটোৰ decision কোনে ল'ব সেয়া কোনেও নাজানে- সেইটোকে ক'ব, Kafkaesque ! একেদৰেই ফ্ৰেডৰিক নিৎসেৰ পৰা আহিছে 'Nietzschean' দৰ্শন, যিয়ে ভগৱানহীন পৃথিৱী বা মানৱীয় অস্তিত্বৰ গভীৰ সংকটৰ কথা কয়। মানে, “জীৱনটো কিয় এনেকুৱা?” "ইয়াৰ কিবা meaning আছে জানো? এই ধৰণৰ কথাবোৰ। সংগীতলৈ আহিলেও একেই কথা দেখা যায়। John Lennon বুলি ক’লে কেৱল এজন গায়ক বা songwriter ৰ কথা নাহে; Anti-war ৰ ভাবনা বা এক বিশেষ counter-cultural ideal ৰ কথা আহে। Tupac Shakur ৰ নামৰ সৈতে সংগীতৰ লগতে Black identity, সামাজিক বৈষম্য আৰু প্ৰতিবাদৰ কথা জড়িত হৈ পৰিছে। Bob Marley এতিয়া কেৱল এজন musician নহয়; তেওঁৰ নামটোৱেই এক সাংস্কৃতিক বিদ্ৰোহ, স্বাধীনতা আৰু resistance ৰ প্ৰতীক। মুঠতে এই নামবোৰ এতিয়া কেৱল ব্যক্তি হৈ থকা নাই। এইবোৰ একোটা idea- একোটা প্ৰতিবাদ, শান্তিৰ আকাংক্ষা বা জীৱনদৰ্শনৰ প্ৰতিশব্দ। কিন্তু অসমৰ প্ৰেক্ষাপটত কথাবোৰ বেলেগ দেখোঁ । জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাই ভাবকচোন। তেওঁ কেৱল গীতিকাৰ, নাট্যকাৰ বা চলচ্চিত্ৰ নিৰ্মাতা নাছিল। তেওঁৰ ব্যক্তি-সত্বাক এটা সম্পূৰ্ণ বৌদ্ধিক আৰু সাংস্কৃতিক ধাৰণালৈ ৰূপান্তৰ কৰিব পাৰি। কিন্তু তেওঁৰ ‘ন-অসমীয়া’ ধাৰণাটোক লৈ মাজে-সময়ে কিছু তৰ্ক-বিতৰ্ক হোৱাৰ বাহিৰে, তেওঁৰ সমাজ আৰু অসমক লৈ থকা vision-টোৰ সৈতে আমাৰ সামূহিক বৌদ্ধিক সম্পৰ্ক যেন নাইয়েই । একেদৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰতো চাব পাৰি। ৰাভাৰ জীৱন আৰু কৰ্মৰ সৈতে সাম্যবাদী চিন্তা, সামাজিক সমতা আৰু শোষণবিৰোধী আদৰ্শৰ গভীৰ সম্পৰ্ক আছিল। কিন্তু কালক্ৰমত অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিসৰত সেই আদৰ্শৰ প্ৰভাৱ ক্ষীণ হোৱাৰ লগে লগে ‘বিষ্ণু ৰাভা’ নামটোৱেও তাৰ মূল ideological context টো হেৰুৱাবলৈ ধৰিলে। শেষত গৈ বিষ্ণু-জ্যোতিৰ বিশাল দৰ্শনৰ এক বৃহৎ অংশ হাৰমনিয়াম-তবলা, জ্যোতি সংগীত-ৰাভা সংগীত, YouTube ৰ unplugged rendition বা Instagram reel ৰ মাজতেই আবদ্ধ হৈ পৰিল। গানবোৰ থাকিল; কিন্তু গানৰ ভিতৰত থকা দৰ্শনবোৰ হেৰাই গ’ল। এতিয়া প্ৰশ্নটো হ’ল- জুবিন গাৰ্গৰ ক্ষেত্ৰতো ভৱিষ্যতে ঠিক তেনেকুৱাই হ’ব নেকি? ভৱিষ্যতে এদিন যদি ‘জুবিন’ সম্পৰ্কে প্ৰশ্নটো কেৱল- “জুবিনে কি গান গাইছিল?”- এইখিনিতেই আৱদ্ধ হৈ থাকে, তেন্তে সেয়া হ’ব ‘জুবিনত্ব’ৰ পৰাজয়। তেওঁৰ গান মানুহৰ মুখে মুখে চিৰদিনলৈ জীয়াই থাকিব- এইটো নিশ্চিত। কিন্তু এজন শিল্পীৰ legacy কেৱল তেওঁৰ গানৰ longevity-ৰে নিৰ্ধাৰিত হয় জানো? সময়ৰ লগে লগে তেওঁৰ নামটোৱে কি cultural idea-ক প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰে, সেয়াহে হয়তো অধিক গুৰুত্বপূৰ্ণ! ‘জুবিন’ নামটোৱে যদি সীমাহীন বিশৃংখলতাৰ মাজতো নিজৰ শিল্পীসত্তাক অক্ষুণ্ণ ৰখাৰ সাহসক বুজায়; যিকোনো পৰিস্থিতিতে মাত মাতিব পৰা এক নিৰ্ভীক মানসিকতাক বুজায়; প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকা এক friluftsliv ধৰণৰ lifestyle বুজায়; আৰু খ্যাতি, ভোগ আৰু বাহ্যিকতাৰ বিপৰীতে এক ধৰণৰ minimalism ৰ ধাৰণাক বুজায়- তেন্তে এদিন ‘জুবিন’ কেৱল এটা নাম নহৈ, ‘জুবিন’ এটা বিশেষণ হ’ব। এটা মানসিকতা হ’ব । এটা সাংস্কৃতিক ধাৰণা হ’ব। এই কথাবোৰ অৱশ্যে এক-দুদিনত নহয়। ইয়াৰ বাবে সময় লাগে। প্ৰজন্ম লাগে। আৰু লাগে- শিল্পীজনৰ সৃষ্টিৰ ভিতৰত থকা মূল প্ৰশ্ন, মূল্যবোধ আৰু দৰ্শনক পৰৱৰ্তী প্ৰজন্মই পুনৰ আৱিষ্কাৰ কৰা। হয়তো এদনি মানুহে জুবিনে কিমানটা গান গাইছিল, তাৰ তালিকাতকৈ বেছি আলোচনা কৰিব- ‘জুবিনে’ আচলতে কি প্ৰতিনিধিত্ব কৰিছিল? হয়তো তেতিয়াই তেওঁৰ পৰা নতুন কোনো ‘-বাদ’, নতুন কোনো ‘ধাৰণা’, আনকি নতুন কোনো ‘শব্দ’ৰ জন্ম হ’ব। সেইটোৱেই হ’ব এজন শিল্পীৰ আটাইতকৈ ডাঙৰ উত্তৰাধিকাৰ।
@Konpai_099 Son of Bishnu Prasad Rabha is an MLA. Can anyone tell me what is he doing to promote his father's legacy? He wins elections only because he is the son. We, the Assamese, celebrate someone soon after their demise, not before that and not long after that.
@Konpai_099 Everything stopped at Sankar-Madhab. Does any Assamese remember Dr Dhaniram Baruah? Who is he, where is he now? What about Jayanta Hazarika? No, I am not prejudiced, but wanted to say anyone working for Assam are forgotten within no time!!
3 secret codes that 99% don't know
#PHOTO | Visuals From Zubeen Khetra In Guwahati's Sonapur. #Zubeengarg #Assam #Guwahati [1/4]
Over 30 academics, journalists, scholars, writers, artists and concerned citizens have called for a Nagaland government inquiry into the alleged humiliation and intimidation of professors Dolly Kikon and Sanjay Barbora at Nagaland House in New Delhi on September 15. nenow.in/north-east-new…
One of the rarest sights in Indian Railways: an electric locomotive-hauled train running without overhead electric wires! This unusual operation is currently seen on two routes in India, the Ramanathapuram–Rameshwaram section in Tamil Nadu and the Mysuru–Chamarajanagar section in Karnataka. But why is a small portion of these otherwise electrified routes still without overhead wires, while electric locomotives continue to operate on them? The core reason is airports and aviation operations. On the Ramanathapuram–Rameshwaram route, the railway line passes close to a Naval air base, while on the Mysuru–Chamarajanagar route, it runs near Mysuru Airport. During electrification, concerns were raised about overhead equipment in the vicinity of active runways and its potential impact on flight operations. As a result, while most of both routes were electrified, these small sections were left without overhead electric supply. But Indian Railways still wanted to operate electric locomotives on the routes. So, a rather unusual solution is used: trains accelerate to their permissible speed before entering the non-electrified section and then roll through it using their momentum before reaching the electrified section again. It sounds like a hack, but this is an actual operational practice, making it one of the most unusual electric-train operations you can spot in Indian Railways. And yes, there have even been instances on these sections where a train reportedly got stuck after losing momentum in the non-electrified zone! :)
This is not Bangladesh, but one Mini Bangladesh within Assam, Lahorighat Bazar in Morigaon district. Miya Muslim was carrying goods more than the permissible limit, and electric pole high voltage wire touched and immediately caught fire. Luckily no major casualties reported.
চৰকাৰৰে তথ্য অনুযায়ী এতিয়ালৈকে এন্ট্ৰেপ্ৰেনিউৰৰ সংখ্যা হ’ল ৮২২১৯ জন! প্ৰত্যেককে ৫০% চৰকাৰী গ্ৰান্ট দিব৷ এই ৮২২১৯ জনে যদি কমেও ৪ জনকৈ ল’ৰাছোৱালীক কাম দিয়ে তেতিয়া হ’ব ৩২৮৮৭৬ জন! বাকী ৮২২১৯ জন নিজে আছেই৷ আত্ম নিয়োজনৰ ভাল সুযোগ! CMAAA মানে মুখ্যমন্ত্ৰীৰ অসম (২)
Best YouTube Playlists to learn Programming: C youtube.com/playlist?list=… C++ youtube.com/playlist?list=… Python m.youtube.com/playlist?list=… Java youtube.com/playlist?list=… C# m.youtube.com/playlist?list=… SQL m.youtube.com/playlist?list=… Go m.youtube.com/playlist?list=… PHP youtube.com/playlist?list=… Swift youtube.com/playlist?list=… Kotlin m.youtube.com/playlist?list=… Dart youtube.com/playlist?list=… Ruby youtube.com/playlist?list=… Rust youtube.com/playlist?list=… TypeScript youtube.com/playlist?list=… R youtube.com/playlist?list=… React youtube.com/playlist?list=… Next.js m.youtube.com/playlist?list=… Node.js youtube.com/playlist?list=… HTML/CSS youtube.com/playlist?list=… Machine Learning youtube.com/playlist?list=… Deep Learning youtube.com/playlist?list=… DSA youtube.com/playlist?list=…
Absolute insanity and dereliction of duty. Police SUSPENDS SNIPER after ‘BRICS SECURITY BREACH’ OFFICER DEEPAK BANGAR POSTED INSTAGRAM FOOTAGE of himself ARMED atop HOTEL hosting FOREIGN DELEGATES Instagram ACCOUNT BLOCKED, SNIPER SUSPENDED & SENT HOME
This is how this horse reacted to protect its caretaker during an earthquake in Japan.
50 legendary internet rabbit holes you can spend hours exploring👇 1. zoom.earth — Watch the world via live satellite imagery 2. flightradar24.com — See every plane currently in the sky 3. marinetraffic.com — Track all ships at sea in real time 4. windy.com — Live map of winds and storms 5. lightningmaps.org — Watch lightning strikes hitting Earth in real time 6. earthquake.usgs.gov — Live list of recent earthquakes 7. submarinecablemap.com — Ocean cables carrying the internet 8. globalforestwatch.org — Watch forests disappear from space 9. worldometers.info — The world's statistics, second by second 10. internetlivestats.com — Current number of tweets and searches being posted 11. thetruesize.com — Compare the true sizes of countries 12. oldmapsonline.org — Maps from centuries ago 13. davidrumsey.com — Archive of 150,000 historical maps 14. openstreetmap.org — World map drawn by volunteers 15. window-swap.com — Look out the window of a random person around the world 16. virtualvacation.us — Virtual walks through cities 17. mapcrunch.com — Teleport to a random spot on Earth 18. atlasobscura.com — Catalog of the world's strangest places 19. neal.fun — Interactive knowledge experiences 20. htwins.net/scale2 — Scale journey from atom to universe (Updated HTML5 link) 21. eyes.nasa.gov — Explore the solar system in 3D 22. stellarium-web.org — Real sky map in your browser 23. apod.nasa.gov — NASA's astronomy picture of the day 24. images.nasa.gov — NASA's entire visual archive, free 25. pudding.cool — Visual articles told through data 26. ourworldindata.org — The state of the world with real data 27. gapminder.org — What we mistakenly think we know about the world 28. informationisbeautiful.net — Visualizing complex data 29. data.worldbank.org — World Bank's open data 30. data.tuik.gov.tr — Turkey's official statistics database 31. archive.org — Archive of millions of books, films, and software 32. gutenberg.org — 70,000 free books whose copyrights have expired 33. openlibrary.org — Record of every book in the world 34. loc.gov — U.S. Library of Congress digital archive 35. europeana.eu — Europe's cultural heritage archive 36. dp.la — America's digital library collection 37. artsandculture.google.com — Tour museums from home 38. rijksmuseum.nl — Download artworks in high resolution 39. wikiart.org — Archive of 250,000 artworks 40. publicdomainreview.org — Forgotten visual treasures of history 41. openculture.com — Free archive of culture and education 42. metmuseum.org — Met Museum's open collection 43. musicmap.info — Family tree of music genres 44. radiooooo.com — Pick a country and decade to listen to that era 45. listen.hatnote.com — Turn Wikipedia edits into audio 46. wikipedia.org — Random knowledge well 47. timeanddate.com — Time, sunrises, and sky events 48. sciencedaily.com — Live stream of science news 49. arxiv.org — Free preprints of scientific papers 50. observablehq.com — Visualize data with live code Save this. You’ll definitely need some of these later. 🔖 Follow @Orion_Vers7x for more useful websites, AI tools & tech resources.
Ved_Borah 🌾 @VedBorah
5K Followers 1K Following Restaurateur. Farming. Sarcasm. Sunny Leone. Clint Eastwood. Animals. Axomiya. Vintage heart. Country life. অসম জাতীয় পৰিষদ
P K Bhagawati @BhagawatiKr
17K Followers 4K Following Love reading , admire art & photography , dislike superstitions , adore Spinoza ! and now jot occasionally random ideas !
Dr. Nilakshi Das Bora... @Dr_Nilakshi_
76K Followers 30K Following ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्।। Ph.D. Research Scholar https://t.co/c6MN1PYhOP
Ranoj Pegu @ranojpeguassam
302K Followers 5K Following Minister of School Education, Higher Education, Tribal Affairs (Plain) & Information Technology | MLA, 78 No. Dhemaji LAC
Pranjit @pran_en
4K Followers 2K Following Hardcore Country Songs Lover💕 strictly a Cancerian ☺️ Passion- 🎸
Diganta Borah @Diganta82288504
13K Followers 2K Following ।। জয় আই অসম ।। জয়তু জননী।। স্বাভিমানী অসমীয়া ।। জুবিন দাৰ দেশৰ মানুহ ।। Proud Assamese.RT/Likes are not endorsement.
Prasanta Rajguru @PrasantaRajguru
7K Followers 1K Following Editor In Chief at Prag News , Former Editor - Amar Asom . Rotary peace scholar. Guwahati ,India. Never underestimate the power of stupid people in large group.
Adil hussain @_AdilHussain
77K Followers 4K Following In Love with Art of Acting Facebook : https://t.co/by1U7WRBYK Instagram : https://t.co/BbfyKUWmyu
উৎপল বৰ�... @UtpalBorpujari
6K Followers 2K Following National Award-winning Filmmaker. Ex critic-journo (#Ishu #Xogun #BaruarXongxar #MaskArtOfMajuli @MemoriesofaFW). IIT Roorkee Alumnus. Retweets not endorsement.
Purnima Devi Barman @StorkSister
4K Followers 2K Following UN's highest environmental honour Champion of the Earth from UNEP. Green Oscars . Nari Shakti awardee from Govt of India Time Magazine Women of the Year 2025
শ্ৰী হি�... @HiranyaBezbaru1
1K Followers 1K Following মই অসমীয়া।পেচাত অভিযন্তা(কৰ্মৰত),ৰাজনীতি নিচাহে।
Fight Against Injusti... @FightApsc
5K Followers 528 Following Advocating for fairness & transparency in Assam Public Service Commission exams 🔍Exposing corruption and malpractice in the govt recruitment process 💬 Join us
Sarat Neog @sarat65neog
3K Followers 869 Following Retd. District JUDGE ex-Registrar (Vigilance) Gauhati High Court Author
Amitabh Barooa @AmitabhBarooa
2K Followers 2K Following Tweets are purely personal comments without any intention, good/ bad, love/hatred etc. RTs are not endorsement. Politically neutral person. India first always.
Shubhankar Ghosh @CA_shubhankar3
53 Followers 431 Following "মানুহে মানুহৰ বাবে" - United by Humanity. Chartered Accountant ,Advising businesses on audit, tax & financial strategy , compliance with clarity, 15+ yrs Exp.
Daisy Daika @DaisyDaika
309 Followers 664 Following
Marry @Marry1389665
164 Followers 1K Following Proud of my roots. Music, Dance, nature & traditions and share with whole world 🎶🌄Intrested in Political and Public interest. Study Journalim💯💯% FollowBack
Time Space @S19315Time
0 Followers 72 Following
Ashish @Ashishiphukon
0 Followers 21 Following
স্বপ্নে... @sbapnera23420
1 Followers 12 Following
Stephanie @J0j0jeStephanie
330 Followers 3K Following If you leave without a reason, don`t come back with an excuse.
Pranab Sarma @Pranab00454185
13 Followers 279 Following
Amresh Sharma @Amresh0981
7 Followers 29 Following
Kailash Poudel @KChhetri_2006
0 Followers 54 Following
Ratul kr sarkar @Ratulkrsarkar1
0 Followers 274 Following
Arbaz Malik @ArbazMalik18404
1 Followers 46 Following
Daddy1🥰🥰 @Endens132
55 Followers 2K Following I'm here to help our young ones I have helped a lot of single mothers and colleges students which dey later happy and grateful dm telegram https://t.co/gHIXsYRSx5
blnk182 @blnk182384556
0 Followers 4 Following
Rimjhim Boruah @rimjhim44288
0 Followers 13 Following
Riasul Akhtar @AkhtarRias97660
0 Followers 3 Following
MRIDUL ALI @AliMridul14594
0 Followers 3 Following
Bedanga Sarmah @BedangaSarmah
3 Followers 34 Following
MountKan @mount_kan
3 Followers 6 Following AI + Innovation | Creators of MK3 AI | Empowering 1B people with multilingual, multimodal intelligence.
Alexis Eve 🔺👁 @Karebear_1523
375 Followers 7K Following
Ponita Moran @MoranPonit52446
0 Followers 5 Following
Pinkon Deb @PinkonDeb
1 Followers 44 Following
X handle Xerox @handle_xerox
0 Followers 41 Following
Anjan Puzari @AnjanP71182
103 Followers 902 Following Financial Analyst | Pro Trader 🎓 CMT , MFTA 📊 Technical & Fundamental Analysis 🌍 Stocks | Crypto | Forex | Commodities
Saif Ahmed @saifahmed134
173 Followers 722 Following
Shahajamal Ali @ShahajamalXYZ
0 Followers 7 Following
Torrance Huels-Franec... @TFranecki62609
104 Followers 5K Following
Imdadul Hussain @imdadul_hu29367
1 Followers 23 Following
Sahabul Islam @SahabulxAlex
3 Followers 48 Following
Mehbub Rahman @zyhn_mehbub
0 Followers 22 Following
Puspa Saikia @SaikiaPuspa11
3 Followers 27 Following
Dhruv Jain @jaindhruv4545
0 Followers 33 Following
igooggnnll @igooggnnll4127
1 Followers 127 Following
Victor Singh @VT8969
0 Followers 117 Following
Misfah Begum @MisfahBegum
0 Followers 42 Following
ejheue @aman_jha886
0 Followers 4 Following
Anubhab Borgohain @AnubhabBor55368
0 Followers 2 Following
GP Singh @gpsinghips
232K Followers 62 Following महानिदेशक @crpfindia पूर्व महानिदेशक एवं प्रमुख @assampolice पूर्व अनुभव SPG 🇮🇳 @NIA_India, गौरवान्वित पिता @aishwarya_ips एवं @Aradhita0702
Sarbananda Sonowal @sarbanandsonwal
1.1M Followers 148 Following Minister of Ports, Shipping & Waterways, Government of India | Member of Parliament (Lok Sabha), Dibrugarh | Ex-CM, Assam
Riniki Bhuyan Sharma @rinikibsharma
118K Followers 108 Following Chairperson & MD, Pride East Entertainments | Philanthropist at heart
Ved_Borah 🌾 @VedBorah
5K Followers 1K Following Restaurateur. Farming. Sarcasm. Sunny Leone. Clint Eastwood. Animals. Axomiya. Vintage heart. Country life. অসম জাতীয় পৰিষদ
Nandan Pratim Sharma ... @NANDANPRATIM
72K Followers 10 Following Executive Editor and Anchor of NEWS LIVE. The most-watched satellite Television News channel from Guwahati. Assam. North East India. (Views are personal)
Kiren Rijiju @KirenRijiju
1.6M Followers 600 Following Minister of Parliamentary Affairs and Minister of Minority Affairs. Member of Parliament frm Arunachal Pradesh, India🇮🇳
DY365 @DY365
216K Followers 201 Following A 24x7 Satellite News Channel from Northeast India that brings it's viewers with the latest news taking place regionally, nationally and globally.
P K Bhagawati @BhagawatiKr
17K Followers 4K Following Love reading , admire art & photography , dislike superstitions , adore Spinoza ! and now jot occasionally random ideas !
Anand Mishra @anandmishraips
127K Followers 189 Following In the Service of the Nation | BJP Karyakarta | ex-IPS | MLA Buxar, Bihar
News18 Assam NE @News18Northeast
193K Followers 74 Following News18 Assam NE, Network18 Group caters to News & information to the North East viewers. Network18 Group is presently the largest Television Network in India.
Assam Police @assampolice
320K Followers 124 Following Official Twitter handle of Assam Police for positive engagement with all stakeholders in society.
Geetasri Talukdar @geetasriT
10K Followers 544 Following Journalist @news18northeast. formerly @dy365, formerly @pragnews
Dr. Nilakshi Das Bora... @Dr_Nilakshi_
76K Followers 30K Following ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्।। Ph.D. Research Scholar https://t.co/c6MN1PYhOP
Pijush Hazarika @Pijush_hazarika
160K Followers 168 Following Minister for Agriculture, Irrigation, Parliamentary Affairs, Govt of Assam | MLA-Jagiroad | BJP Karyakarta
Guwahati City.com @guwahaticity
81K Followers 616 Following 📸 People • Places • Food • Culture ✨ Discover real Guwahati, Assam 📩 Promotions & collaborations → DM [email protected] https://t.co/Roi47JiVwk
GPlus @guwahatiplus
143K Followers 141 Following An English weekly tabloid for an evolved and informed Guwahati. Follow us and stay updated about the gateway to Northeast India.
All India Radio News @airnewsalerts
3.3M Followers 132 Following Official account of News Services Division, Akashvani. For Hindi news updates follow us on @AIRNewsHindi.
CA Ruchita Vaghani @R_N_Vaghani
24K Followers 407 Following Treasure of Taxation - Do Follow | Chartered Accountant In Practice | GST | Income Tax | Company Law | Litigation | Revolution Long Live | No Paid Promotion ❌
Chief Secretary, Assa... @CSAssam_
5K Followers 72 Following Official handle of the Chief Secretary to The Government of Assam.
RaNJaN @MrRanjankalita
39 Followers 745 Following Proud Indian | Nation First | Tech lover, trying to be a good human being
Laura Loomer @LauraLoomer
1.9M Followers 8K Following Investigative Journalist 🇺🇸 Free Spirit🇺🇸Founder of LOOMERED. Host of @LoomerUnleashed Former @Project_Veritas operative. 📸 America First ✡️ Feisty Jewess
Peter Girnus 🦅 @gothburz
193K Followers 648 Following Reader. Writer. Satirist. Hacker. Confessions from the people running the systems you live with. Essays on everything else. Tolle, lege. Legendo fit legenda.
Sabeer Bhatia @sabeer
47K Followers 91 Following Hotmail. Sold to @Microsoft . Alum - @Stanford & @Caltech . Hotcoin. Call me Sabeer Bro!
RinTinTin @rinisimonkhanna
1K Followers 220 Following News Anchor, Compere, Wanderer, DogMom, Foodie, Voice of the Metro
Nueral News @NueralNews
15 Followers 18 Following Daily AI updates to stay ahead of the curve curated by an intelligent bot built by @Matt_Coxey
Vi Customer Care @ViCustomerCare
97K Followers 1 Following Here's welcoming you to Vi's official Twitter handle. Tune in for the latest updates or chat with us for account related support, we'd be #HappyToHelp.
Bedanga Sarmah @BedangaSarmah
3 Followers 34 Following
MountKan @mount_kan
3 Followers 6 Following AI + Innovation | Creators of MK3 AI | Empowering 1B people with multilingual, multimodal intelligence.
Patricia Mukhim @PatriciaMukhim
139 Followers 0 Following
Madhab Das @dasmadhab
790 Followers 1K Following https://t.co/yDGIq5Uyxu.Husband.Father.Akshay kumar's big fan
Trains of India 🇮�... @trainwalebhaiya
44K Followers 229 Following Saurabh • A Railfan 🇮🇳 Passionate about Indian Railways 🚆 | Insights, updates & stories from the tracks 📧 [email protected]
Anant Ambani @mr_anant_ambani
71 Followers 10 Following
ANANT AMBANI @anantambani_50
232 Followers 11 Following
Foundership @FoundershipHQ
5K Followers 1K Following Started as an outcome-focused bootcamp, became a SaaS pre-seed accelerator, across Fintech, Healthtech and B2B GTM, and eventually went global with Web3/Crypto.
Aurora @Contiiiiiii_AG
20 Followers 155 Following The world is full of sixpence, but I only looked up at the moon.
Mukesh Dhirubhai Amba... @mukeshambani566
4K Followers 7K Following Official account of the CEO,MD Reliance Industries Limited
Pinkon Deb @PinkonDeb
1 Followers 44 Following
Nilim Senapati যা... @nilimsenapati3
752 Followers 158 Following Independent Analyst. 👍 Free n Fearless #CultureNPolitics #BooksNMusic Nonconformist.
BSF @BSF_India
1.3M Followers 813 Following Official handle of Border Security Force - India's first line of defence, safeguarding India's borders with Pakistan & Bangladesh.
Donald J. Trump @DonaldTrump
2.1M Followers 7 Following Visit the official Donald J. Trump Twitter handle @realDonaldTrump. https://t.co/HyNW4tByaR
Puspa Saikia @SaikiaPuspa11
3 Followers 27 Following
PIB Fact Check @PIBFactCheck
527K Followers 4 Following We bust fake news and misinformation related to the Government of India. Send your queries👇 📲 https://t.co/OiskOSZdzd 📩[email protected]
Ministry of Defence, ... @SpokespersonMoD
907K Followers 173 Following The Official Account of Directorate of Public Relations, Ministry of Defence
The Hindu @the_hindu
8.4M Followers 187 Following News feeds from India's National Newspaper. Subscribe to The Hindu and support credible journalism: https://t.co/oyI0UPPKBR
ADG PI - INDIAN ARMY @adgpi
8.5M Followers 129 Following Additional Directorate General of Public Information, IHQ of MoD (Army)
Ministry of MSME @minmsme
692K Followers 60 Following Official Twitter Page of Ministry of Micro, Small & Medium Enterprises(MSME)-The Engine of Inclusive Growth & Development of MSMEs
Ministry of Labour & ... @LabourMinistry
694K Followers 120 Following Official Account of the Ministry of Labour and Employment, Government of India
NITI Aayog @NITIAayog
2.6M Followers 17 Following NITI Aayog is the premier policy think tank of the Government of India, providing directional and policy inputs.
Ministry of Education @EduMinOfIndia
5.9M Followers 289 Following Official Account of the Ministry of Education, Government of India. Instagram: https://t.co/PFp5DIIlO3 FB: https://t.co/pSVSgjw3G4
Ministry of Finance @FinMinIndia
4.3M Followers 191 Following Official Account of the Ministry of Finance, Government of India.
Ministry of Electroni... @GoI_MeitY
1.1M Followers 313 Following भारत सरकार की इलेक्ट्रॉनिकी और सूचना प्रौद्योगिकी मंत्रालय की आधिकारिक ट्विटर Official Twitter of Ministry of Electronics & Information Technology Gov of India
Ministry of Informati... @MIB_India
2.2M Followers 204 Following Official X account of Ministry of Information and Broadcasting, Government of India. Follow @MIB_Hindi for posts in Hindi.
Rajbongshi1982 @Rajbongshi1982
347 Followers 3K Following If you wait until you're ready, you'll be waiting the rest of your life. RTs & Likes do not imply endorsement.
Necareer @Necareer1
2 Followers 0 Following
Assam Job News Info @AssamJobNewsIn1
6 Followers 0 Following





























